Header Ads

Breaking News

শিশুদের স্বাস্থ্য 2024

শিশুদের স্বাস্থ্য

 আইসিডিএস থেকে বিদ্যালয়ের শিশু পড়ুয়াদের স্বাস্থ্য নিয়ে উদ্বিগ্ন রাজ্য। সামনে পঞ্চায়েত ভোট। তার আগেই শিশু স্বাস্থ্য বিকাশে সরকারি কর্মসূচি রূপায়ণে নজরদারির জন্য রাজ্য থেকে ব্লক ত্রিস্তরে স্টিয়ারিং কমিটি গড়ল রাজ্য স্বাস্থ্য দফতর। রাজ্যস্তরে এই কমিটির নেতৃত্ব দেবেন মুখ্যসচিব হরিকৃষ্ণ দ্বিবেদী। ছাড়াও শিক্ষা, স্বাস্থ্য, নারী শিশুকল্যাণ সচিব স্বাস্থ্য এবং নারী শিশু কল্যাণ দফতরের অধিকর্তাদের রাখা হয়েছে এই কমিটিতে। ন্যাশনাল হেলথ মিশনের অধিকর্তা এই কমিটির আহ্বায়ক

আইসিডিএস থেকে বিদ্যালয়ের শিশু পড়ুয়াদের স্বাস্থ্য

 জেলাতে জেলাশাসক এই কমিটির নেতৃত্ব দেবেন। কমিটিতে সিএমওএইচ জেলার স্বাস্থ্য, শিক্ষা নারী কল্যাণ দফতরের ভারপ্রাপ্ত এডিএমরা থাকবেন। ব্লকে বিডিওর নেতৃত্বে কমিটি গড়া হয়েছে। শিশুদের পুষ্টি বিকাশে সরকারি কর্মসূচি রয়েছে। এমনকী, শিশুকন্যাদের রক্তাল্পতা-সহ শরীরে ভিটামিনের অভাব দূর করার জন্য বিভিন্ন বয়সি পড়ুয়াদের জন্য নানা সরকারি কর্মসূচি রয়েছে। যার মাধ্যমে আয়রন ট্যাবলেট, ভিটামিন দেওয়া হয়। বিদ্যালয়গুলিতে নিয়মিত স্বাস্থ্য পরীক্ষার জন্য ভ্রাম্যমাণ স্বাস্থ্যকেন্দ্র এবং চালু

স্বাস্থ্যকেন্দ্র রয়েছে। মিড-ডে মিলের গুণগত মান রক্ষায় সরকারি নজরদারি বেড়েছে। অঙ্গনওয়াড়ির শিশুরাও সেই সুযোগ পেয়ে থাকে কিন্তু সমীক্ষায় দেখা গিয়েছে, শিশুদের স্বাভাবিক বিকাশ বিশেষ করে গ্রামাঞ্চলে বিঘ্নিত হচ্ছে। ব্যাপারে স্বাস্থ্য, শিক্ষা শিশু নারী কল্যাণ দফতরের মধ্যে তৃণমূলস্তরে সমন্বয় বাড়ানোর উদ্যোগ নিয়েছে। যাতে শিশু পড়ুয়াদের স্বাস্থ্য সুরক্ষায় প্রয়োজনীয় ট্যাবলেট নিয়ম করে নিয়মিত বিলি করা যায়। তাদের স্বাস্থ্য পরীক্ষাও নিয়মিত হয়। ব্লক স্তরে এই কমিটির দেখভালের দায়িত্বে বিডিও থাকলেও বিএমওএইচ স্কুল ইন্সপেক্টর, সিডিপিওদের রাখতে হবে। ইতিমধ্যেই এই নির্দেশিকা বিভিন্ন

জেলাশাসকদের পাঠানো হয়েছে। নবান্ন সূত্রে খবর, শীঘ্রই এই নির্দেশিকাকে কার্যকর করতে বলা হয়েছে। গ্রামাঞ্চলে শিশুদের স্বাস্থ্য বিকাশে যাতে কোনও ঘাটতি বা খামতি তৈরি না হয়, তার জন্যই এই নির্দেশিকা বলে মনে করা হচ্ছে। পাশাপাশি মিড-ডে মিলের দিকে নজরে রেখেও এই কমিটির জেলাস্তরে রাজ্যস্তরে কাজ করবে বলে স্বাস্থ্য দফতর সূত্রে খবর।


শিশুদের স্বাস্থ্য

মূল তথ্য •

 পাঁচ বছৰৰ কম বয়সৰ শিশু সকলৰ মাজত ১৬% ৰ নিউম`নিয়াত মৃত্যু হয়, ২০১৫ চনত ৯২০১৩৬ জন শিশুক মৃত্যু মুখত পেলায়।

 • নিউম`নিয়া ভাইৰাচ, বেক্টেৰিয়া আৰু ভেঁকুৰৰ কাৰণে হ`ব পাৰে।

 নিউম`নিয়া ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা, পৰ্য্যাপ্ত পুষ্টি আৰু পৰিবেশগত উপাদান সমূহ লক্ষ্য কৰি প্ৰতিৰোধ কৰিব পাৰি।

 • বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট নিউম`নিয়া এণ্টিবায়`টিকৰ দ্বাৰা চিকিৎসা কৰা যাব পাৰে, কিন্তু এক-তৃতীয়াংশ শিশুহে তেওঁলোকৰ প্ৰয়োজনীয় এণ্টিবায়`টিক লাভ কৰিবলৈ সক্ষম হয়।

 নিউম`নিয়া শ্বাসতন্ত্ৰৰ এটা তীব্ৰ সংক্ৰমন যি হাওঁফাওঁক প্ৰভাৱিত কৰে। হাওঁফাওঁ এলভিঅ`লাই নামৰ ক্ষূদ্ৰ ছিদ্ৰ থকা কোষেৰে গঠিত, যি বায়ুৰে পূৰ্ণ হয় যেতিয়া এজন স্বাস্থ্যকৰ ব্যক্তিয়ে শ্বাস-প্ৰশ্বাস লয়।

যেতিয়া এজন ব্যক্তিৰ নিউম`নিয়া হয়, এলভিঅ`লাই পুঁজ আৰু তৰল পদাৰ্থৰে ভৰি পৰে, যি শ্বাস-প্ৰশ্বাস কষ্টকৰ কৰে আৰু অক্সিজেনৰ মাত্ৰা সীমিত কৰে। নিউম`নিয়া হ`ল একমাত্ৰ সকলোতকৈ ডাঙৰ সংক্ৰমন যি বিশ্বব্যাপী শিশুৰ মৃত্যুৰ কাৰণে দায়ী। ২০১৫ চনত নিউম`নিয়াৰ ফলত ৯২০১৩৬ জন পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যু হয়, ১৬% মৃত্যু পাঁচ বছৰৰ কম বয়সৰ শিশুৰ হয়। নিউম`নিয়াই সকলো

জেগাৰে শিশু পৰিয়ালক আক্ৰমণ কৰে, কিন্তু দক্ষিণ এচিয়া আৰু চাব-চাহাৰা আফ্ৰিকাত ই সকলোতকৈ বেছি প্ৰভাৱিত। শিশু সকলক নিউম`নিয়াৰ পৰা ৰক্ষা কৰিব পৰা যায়, এটি সহজ হস্তক্ষেপৰ মাধ্যমেৰে, আৰু কম খৰচী, আৰু নিম্ন প্ৰযুক্তিৰ ঔষধ আৰু যত্ন চিকিৎসাৰ সৈতে।

 কাৰণ সমূহ:

 ভাইৰাচ, বেক্টেৰিয়া আৰু ভেঁকুৰকে ধৰি অনেক সংক্ৰমনশীল এজেণ্টৰ কাৰণে নিউম`নিয়াৰ সৃষ্টি হয়। সকলোতকে সাধাৰণ হ`ল :

 ষ্ট্ৰোপ্ট`ক`ক্কাচ নিউম`নিয়া – শিশু সকলৰ মাজত বেক্টেৰিয়াৰ কাৰণে হোৱা নিউম`নিয়াৰ সকলোতকৈ সাধাৰণ কাৰণ;

 • হিমোফিলাচ ইনফ্লুৱেঞ্জা টাইপ বি (হিব)-বেক্টেৰিয়াৰ কাৰণে হোৱা নিউম`নিয়াৰ দ্বিতীয় সকলোতকৈ সাধাৰণ কাৰণ;

• শ্বাসনলী চিংচিয়াল ভাইৰাচ সকলোতকৈ সাধাৰণ ভাইৰাচৰ দ্বাৰা হোৱা নিউম`নিয়াৰ ভিতৰত;

• এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত শিশু সকলৰ, নিউমোকিচষ্টিচ জাইৰ`ভেচি হৈছে নিউম`নিয়া হোৱাৰ সকলোতকৈ প্ৰধান কাৰণ, এইচ আই ভি সংক্ৰমিত শিশু সকলৰ মাজত কমপক্ষেও এক চতুৰ্থাংশৰ মৃত্যু হোৱাৰ কাৰণে ই দায়ী।

 সঞ্চাৰণ:

 নিউম`নিয়া বিভিন্ন উপায়েৰে বিয়পিব পাৰে। ভাইৰাচ আৰু বীজাণু যি সঁচৰাচৰ শিশুৰ নাক বা ডিঙিত পোৱা যায়। হাওঁফাওঁক সংক্ৰমিত কৰিব পাৰে যদি উশাহৰ লগত ভিতৰলৈ যায়। এই সমূহ কাহ বা হাঁচিৰ দ্বাৰা বতাহত সিঁচৰিত হৈ পৰিব পাৰে। ইয়াৰ বাহিৰেও, নিউম`নিয়া তেজৰ মাধ্যমেৰেও বিয়পিব পাৰে,

 বিশেষকৈ জন্মত আৰু অতি শীঘ্ৰেই জন্মৰ সময়ত। নিউম`নিয়া সৃষ্টিকাৰী বিভিন্ন প্যেথোজেন আৰু সেই সমূহ সঞ্চাৰণৰ ওপৰত গৱেষণা কৰা প্ৰয়োজন, যিহেতু এইটো গুৰুত্বপূৰ্ণ চিকিৎসা আৰু প্ৰতিৰোধৰ কাৰণে।

 উপস্থাপনা বৈশিষ্ট:

ভাইৰেল আৰু বেক্টেৰিয়েল নিউম`নিয়াৰ প্ৰাৰম্ভিক বৈশিষ্ট সমূহ প্ৰায় একেই। যি কি নহওক, ভাইৰেল নিউম`নিয়াৰ লক্ষণসমূহ বেক্টেৰিয়েল নিউম`নিয়াৰ লক্ষণসমূহৰ তুলনাত বহুত বেছি হ`ব পাৰে। পাঁচ বছৰৰ তলৰ শিশু সকলৰ ক্ষেত্ৰত, কাহ আৰু/ উশাহ লোৱাত কষ্ট পোৱা, জ্বৰ বা

জ্বৰৰ বাহিৰে হোৱা নিউম`নিয়া ধৰা পেলোৱা হয় দ্ৰুত গতিত চলা উশাহৰ উপস্থিতিৰ দ্বাৰা বা বুকুৰ তলৰ অংশ য`ত উশাহ লোৱাৰ সময়ত ভিতৰলৈ সোমাই যায় বা উশাহ লোৱাৰ সময়ত প্ৰতিক্ৰিয়া কৰে (এজন সুস্থ ব্যক্তিৰ ক্ষেত্ৰত, উশাহ লোৱাৰ সময়ত বুকুৰ প্ৰসাৰণ হয়)।ভাইৰেল সংক্ৰমনৰ সময়ত উশাহ লওঁতে বুকুৰ শব্দ হোৱাতো অতিকে সাধাৰণ। অত্যন্ত মাৰাত্মকভাৱে অসুস্থ শিশুৱে খোৱা বোৱাত অক্ষম হ`ব পাৰে আৰু সংজ্ঞাহীন, হাইপোথাৰ্মিয়া আৰু মুৰ্ছা যাব পাৰে।

 বিপদ সমূহ:

 যদিও বেছিভাগ শিশুৱে সংক্ৰমনৰ লগত তেওঁলোকৰ প্ৰাকৃতিক প্ৰতিৰক্ষাৰ সৈতে যুঁজ দিব পাৰে, যিসকল শিশুৰ প্ৰতিৰক্ষা প্ৰণালী দূৰ্বল সেইসকলৰ নিউম`নিয়া হোৱাৰ সম্ভাৱনা বেছি থাকে। এটি শিশুৰ প্ৰতিৰক্ষা প্ৰণালী দূৰ্বল হ`ব পাৰে অপুষ্টি বা অপৰ্য্যাপ্ত খাদ্যগ্ৰহণৰ দ্বাৰা, বিশেষকৈ যিসকল শিশুৰ একচেটিয়াভাৱে স্তনপান কৰোৱা হোৱা নাছিল। প্ৰাক-বিদ্যমান অসুস্থতা যেনে এইচ আই ভি আৰু সৰু আইৰ লক্ষণ, এই সমূহেও শিশুৰ নিউম`নিয়া হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগায়। নিন্মোক্ত পৰিবেশগত বিষয়সমূহেও শিশুৰ নিউম`নিয়া হোৱাৰ ক্ষেত্ৰত সহজে প্ৰভাবিত কৰে: • জৈবিক ইন্ধন(যেনে কাঠ বা গোবৰ হিছাবে)ৰ দ্বাৰা ৰন্ধন আৰু গৰম কৰাৰ ফলত আভ্যন্তৰীণ বায়ু প্ৰদূষণ। • জনবহুল ঘৰত বসবাস কৰা। • পিতৃ মাতৃৰ ধূমপান।

 চিকিৎসা:

 এণ্টিবায়`টিককচৰ দ্বাৰা নিউম`নিয়াৰ চিকিৎসা কৰিব লাগে। মনোনীত এণ্টিবায়`টিক হ`ল এমোক্সিচিলিন ডিচপাৰচেবল টেবলেট। বেছিভাগ নিউম`নিয়াৰ ক্ষেত্ৰত মৌখিক এণ্টিবায়`টিকচৰ প্ৰয়োজন হয়, যি প্ৰায়েই যি কোনো স্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। এই ক্ষেত্ৰত প্ৰশিক্ষিত সাম্প্ৰদায়ীক স্বাস্থ্য কৰ্মীৰ দ্বাৰা সাম্প্ৰদায়ীক স্তৰত কম মূল্যৰ মৌখিক এণ্টিবায়`টিকচৰ দ্বাৰা নিৰ্ণয় আৰু চিকিৎসা কৰা হ`ব পাৰে। একমাত্ৰ গুৰুতৰ নিউম`নিয়া ৰোগী সকলৰ ক্ষেত্ৰতহে চিকিৎসালয়ত ভৰ্তি কৰা হয়।

প্ৰতিৰোধ:

শিশুৰ মৃত্যুৰ হাৰ কমোৱাৰ কৌশলগত অপৰিহাৰ্য্য উপাদান হ`ল নিউম`নিয়াৰ প্ৰতিৰোধ। হিব,নিউম`ক`ক্কাচ, সৰু আই আৰু হুপিং কাহ (পাৰ্টুচিচ)ৰ বিৰুদ্ধে টিকাকৰণেই হ`ল নিউম`নিয়া প্ৰতিৰোধৰ সকলোতকৈ বেছি কাৰ্য্যকৰী উপায়।

 জীৱনৰ প্ৰথম ৬ মাহত শিশুটিক একমাত্ৰ স্তনপান কৰোৱাৰ লগে লগে স্বাভাৱিক প্ৰতিৰক্ষাৰ উন্নতিৰ কাৰণে পৰ্য্যাপ্ত পুষ্টিৰ প্ৰয়োজন। নিউম`নিয়া প্ৰতিৰোধ কাৰ্য্যকৰী হোৱাৰ লগে লগে ই এটি অসুস্থ হৈ পৰা শিশুৰ অসুস্থতাৰ দৈৰ্ঘ্যতাও কমায়।

 পৰিবেশগত কাৰণ সমূহ যেনে গৃহমধ্যস্থ বায়ু প্ৰদূষণ (উদাহৰণ স্বৰূপে, কম মূল্যৰ পৰিষ্কাৰ গৃহমধ্যস্থ ষ্ট`ভ প্ৰদান কৰা) আৰু ঘনবসতিপূৰ্ণ ঘৰত ভাল স্বাস্থ্য বিধানৰ উৎসাহেও নিউম`নিয়া দ্বাৰা অসুস্থ শিশু সকলৰ সংখ্যা হ্ৰাস কৰে।

 এইচ আই ভি আক্ৰান্ত শিশু সকলৰ মাজত, ক`ট্ৰিম`ক্সাজ`ল এণ্টিবায়`টিকচৰ নিয়মিত ব্যৱহাৰে নিউম`নিয়া সংক্ৰমনৰ সম্ভৱনা হ্ৰাস কৰে।

 


কোন মন্তব্য নেই